চিঠি – এটা প্ৰেমৰ গল্প ~ লহৰ নাথ

(১) কলিং বেলৰ শব্দত হাতৰ কাগজখনৰ পৰা মূৰ তুলি দুৱাৰখনৰ ফালে চালো । কোম্পানীৰ ডিগবৈ ব্ৰান্সটোত নতুনকৈ ট্ৰেন্সফাৰ হোৱা আজি তিনিদিনো হোৱা নাই, এতিয়াও থাকিব পৰা কোৱাৰ্টাৰ ঠিক হোৱা নাই বাবেই পি.ডব্লিউ.ডি.ৰ এই গেষ্ট হাউচটোতেই আছোহি । ইয়াতো অৱশ্যে থকা-শোৱাত বিশেষ একো সমস্যা হোৱা নাই । কোম্পানীৰ বৰা উপাধিৰ তদাৰকী বিষয়াজনে সকলোখিনি থান-থিত লগাই অলপ... Continue Reading →

Advertisements
Featured post

সৌভাগ্য

“Nearly 1.3 million people die in road crashes each year, on average 3,287 deaths a day. An additional 20-50 million are injured or disabled. More than half of all road traffic deaths occur among young adults ages 15-44.” : বুজিলি ? : ও । : কি বুজিলি ? : তেৰ লাখ মানুহ প্ৰতিবছৰে এক্সিডেণ্টত মৰে... Continue Reading →

Featured post

প্ৰতিবিম্ব

(১) “বাই বাই, যাবা দেই তুমি ।একো বেয়া-চেয়া নাপাবা হা    । আৰু শুনা, গৈ পাই এটা ফোন কৰিবা  দেই ।” “বাৰু বাৰু, বাই ।” হাত জোকাৰি তাইক বিদায় দিলে সি । সি ল’ৰাটো সৰুৰে পৰাই নীৰৱ আৰু অৰ্ন্তমুখী, সাধাৰণতে তাৰ লগ-বন্ধু নাই বুলিলেই হয় ।তাইক লগ পোৱা ভালকৈ এটা মাহো হোৱা নাই তাৰ, কিন্তু এইকেইদিনতে... Continue Reading →

Featured post

হামজা বেনডল্লাজ ওৰফে অনলাইন ৰবীন হুড : হেকিঙৰ পৃথিৱীৰ মুকুটবিহীন সম্ৰাটজন

  হামজা বেনডেল্লাজ, সম্পূৰ্ণ নাম ডেনিয়েল হামজা বেনডেল্লাজ—অনেকৰ মতে অনলাইন ৰবীন হুড আৰু চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰখনত জড়িত অনেকৰ বাবে মূৰৰ কামোৰণি সদৃশ । মাত্ৰ ২৭ বছৰ বয়সতে হামজা বেনডেল্লাজে মৃত্যুদণ্ডৰ দৰে চৰম শাস্তিক আঁকোৱালি লোৱা বুলি চৌদিশে বিয়পি পৰা খবৰটো আছিল ছচিয়েল মিডিয়াৰ কল্যাণত বিশ্বৰ চুকে-কোণে ছিটিকি পৰা এই শতিকাৰ অন্যতম প্ৰচাৰিত উৰাবাতৰি । কম্পিউটাৰ... Continue Reading →

Featured post

ডাবল মিনিং আৰু কিছু কথা

দ্বৈত অৰ্থ অথবা ডাবল মিনিং শব্দৰে সাধাৰণতে এনেধৰণৰ শব্দ অথবা ব্যকাংশক বুজোৱা হয় যাক দুটা ভিন ভিন ধৰণেৰে বুজিব পৰা যায় – প্ৰথম, শব্দৰ অবিধা অথবা মুখ্য অৰ্থ দ্বিতীয়, আভিধানিক অৰ্থৰ পৰা বিছিন্ন হৈ সম্পূৰ্ণ অইন অৰ্থ, কোনো কোনো ক্ষেত্ৰত এই অৰ্থই শালীনতাৰ সীমা অতিক্ৰম কৰাও দেখা যায় । দ্বৈত অৰ্থৰ ধাৰণাটো নতুন নহয়, যুগে... Continue Reading →

Featured post

নিউটনৰ স’তে এটি সন্ধিয়া

“মাজে মাজে চেনিও চুৰ কৰি চাব পাৰা । আধা চামুচ চেনি খাই দিলেও আধা ঘণ্টা চলি থাকিব পৰাকৈ এনাৰ্জি পায় ।” “সেইকাৰণেই হ’বলা তই ছোৱালীৰ ইনবক্সে-ইনবক্সে চেনি দি ফুৰ ।” “ই হাৰামীয়ে চাহিত্য কৰে নহয় । এইটোও কিবা চাহিত্য । চেনিচোৰ চাল্লা । ঐ ৰতনদা, এইফালে চাৰিটা চাহ আৰু চাৰিটা চিঙাৰা দিবচোন । একপ্লেট চেনিও... Continue Reading →

Featured post

“ অপেক্ষা ”

  সি আহিব । তাই ৰৈ আছে তালৈ ।দুটা বছৰৰ আপোন হৈ পৰা অসমীয়া ডিপাৰ্ণ্টমেণ্টটো আৰু তাতোতকৈয়ো আপোন হৈ পৰা সিহঁত দুটাৰ কথা লগৰ কোনেনো নাজানিছিল ! সেই ইউনিৰ্ভাছিটি এৰাৰ পৰা ভালকৈ লগেই পোৱা নাই তাক । ইউনিৰ্ভাছিটি এৰিয়েই এটা এন.জি.অ’ত সোমাই কিবা প্ৰজেক্টৰ নামত টলৌ-টলৌকৈ ডেৰটা বছৰ অৰঙে-দৰঙে ঘূৰি পৰহি সি আকৌ উভটিছে গুৱাহাটীৰ... Continue Reading →

Featured post

সোঁৱৰণী- গেটৱে একাডেমী জুনিয়ৰ কলেজ

যোৱাৰ আগে আগে এবাৰ উভতি চাইছো দুটা বছৰ.. দুখবোৰেই জীৱনৰ চিৰলগৰী, সুখবোৰ অতিথিহে, মাজে মাজে আহে । এই দুটা বছৰ, আমি আগবাঢ়িছিলো…হাতত হাত থৈ । অকলশৰীয়া হোৱা নাছিলো কেতিয়াও, হাতখন মেলি দিলেই কাৰোবাৰ নহয় কাৰোবাৰ অইন এখন হাত সদায় পাইছিলো । ছাত্ৰ হিচাপে আমি কিমানদূৰ সফল হ’লো সেয়া সময়ে ক’ব, কিন্তু আজি মই গৌৰৱেৰে ক’ব... Continue Reading →

টু-লেট

এইটো হোষ্টেল আৰু ক্লাছৰ উমৈহতীয়া ষ্টৰি । বেছি পুৰণি নহয়, যোৱাবছৰ জুন-জুলাইৰ । গুৱাহাটী আই.আই.টি.ত কম্পিউটাৰ বিজ্ঞান বিভাগৰ কৰ্মশালা এখনত ভাগ লৈছিলো, বিষয়টো আছিল চাৰ্টিফাইড ইথিকেল হেকিং আৰু চাইবাৰ চিকিউৰিটী । আটাইবোৰ ঠিকে-ঠাকে হৈ গৈ থাকিলে কামবোৰ কৰি সাংঘাটিক ইণ্টাৰেষ্ট লাগে, পাছে কৰবাত সামান্য ভুল হৈ গলেই লেঠা আৰম্ভ হয়, তাতেই গোটেইসোপাৰ মাজত ময়েই আছিলো... Continue Reading →

জীৱন বাটে-ঘাটে

আধাৰ কাৰ্ডৰ কামবিলাক আমাৰ এইফালে আৰম্ভ হোৱা ভালেকেইদিনো হৈ গ’ল যদিও অইন এলেহুৱা মানুহবিলাকৰ দৰে ময়ো সময়ৰ অভাৱৰ অজুহাত দি অতদিনে সেইমুৱা হোৱা নাছিলো । পাছে এটা অফিচিয়েল কামত লৰা-লৰিকৈ আধাৰ-কাৰ্ডৰ আৱশ্যক হোৱাত মই আহি এয়া আমাৰ পোষ্ট-অফিচটোৰ বাৰান্দাত বাহৰ পাতিছোহি । আবেদন-পত্ৰখন জমা দিব গৈহে দেখো ভিতৰৰ টেবুলখনৰ কাষত কি ভয়ংকৰ ভিৰ আৰু হৈ-হাল্লাৰ... Continue Reading →

: আকাশৰ নীলাখিনিৰ কথাৰে –এটা প্ৰেমৰ গল্প : ~ লহৰ নাথ

সেইদিনা আছিল ডিচেম্বৰ মাহৰ ৮ তাৰিখ । বন্ধু এজনৰ লগত এটা এৰাব নোৱাৰা কামত গুৱাহাটীলৈ যাব লগীয়া হ’ল । তেতিয়া প্ৰায় চাৰিটা বাজিছে যেতিয়া আমি কাম-কাজৰ সকলো লেঠা শেষ কৰি যেতিয়া ঘৰমুৱা বাছৰ অপেক্ষাত…. এ.এছ.টি.চি.ৰ বাছখন আহি যেতিয়া বাছ আস্থানত ৰ’লহি তেতিয়া সময় প্ৰায় চাৰি বাজি পোন্ধৰ মিনিট|বাছখন আহি ৰোৱাৰ লগে লগে বাছত উঠিবলৈ আটাইৰে... Continue Reading →

বগা ছালৰ ধুনীয়া গাভৰুৰ প্ৰেমত নপৰিবি কোনোদিন

নিশাবোৰ কৰাল মাৰে মানে কবিৰ ঠিকনা সলনি হয় । তেতিয়ালৈ হয়তোবা নিচাৰ শেষত নলাত বাগৰি থাকে কবি, আলিচুকৰ আন্ধাৰ লাইটপোষ্টত ভেঁজা দি ৰৈ থাকে কবি অথবা সস্তীয়া চুলাইৰ বাকীৰ খাতাত ওলমি ৰয় কবি । ‘য়ে জিন্দেগী দো পল কী ..’ আব্বে জীৱনেই যদি দুদিনীয়া চুলাইৰ বাকী কেনেকৈ দহদিনীয়া ? যতসব নিমিলা অংক ! মাজনিশা ছশটকীয়া... Continue Reading →

ৱাল মেগাজিনৰ দান

এবাৰ কলেজৰ ৱাল মেগাজিনত “জয়াস্মিতা তোমাৰ ওঁঠৰ তিলটোৱে মোৰ টোপনি খালে” জাতীয় পেনপেনীয়া কিবা এটা লিখিছিলো । মই তেতিয়ালৈকে জনা নাছিলো যে কলেজত সঁচা-সঁচিকৈ জয়াস্মিতা নামৰ এজনী ছোৱালীও আছিল আৰু হয়তো মোৰ দুভাৰ্গ্যৰ বাবেই তাইৰো ওঁঠৰ তলত সৰুকৈ তিল এটাও আছিল । কলা শাখাৰ ছোৱালীজনীয়ে ৱাল মেগাজিনখন পঢ়িয়েই মোৰ লগত চিনাকি হ’বলৈ আহিল । আচল... Continue Reading →

Blog at WordPress.com.

Up ↑